গুজৰাটত বিজেপিয়ে পুষ্টিহীনতাত ভূগা শিশুৰ পুষ্টিৰ বাবে প্ৰস্তুত কৰিছে সুস্বাদু বাদামৰ চকলেট বাৰ।
আকৰ্ষণীয় দিশটো হ’ল যে, বাৰটোৰ পেকেটিঙত দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো।
গুজৰাট বিজেপিৰ মুৰব্বী চি আৰ পাটিলৰ নেতৃত্বত আৰম্ভ কৰা এই বাৰসমূহৰ নমুনা দেওবাৰে সাংসদসকলৰ মাজত বিতৰণ কৰা হয়।
বাৰসমূহৰ পেকেটত প্ৰধানমন্ত্ৰী মোডীৰ ফটোৰ সৈতে তাত ব্যবহৃত উপাদানবোৰৰ বিষয়েও উল্লেখ কৰা হৈছে।
ইফালে, বিজেপি সাংসদ দুষ্মন্ত সিঙে পুষ্টি দণ্ডিকা সন্দৰ্ভত টুইট কৰিছে।
स्वस्थ भारत के निर्माण के लिए देश में महिलाओं एवं बच्चों का योग्य पोषण होना बेहद आवश्यक है। देश के यशस्वी प्रधानमंत्री श्री @narendramodi जी की प्रेरणा से महिलाओं तथा बच्चों के लिए एक स्वास्थ्यवर्धक चॉकलेट… pic.twitter.com/tm6wphFzxB
— Dushyant Singh (@DushyantDholpur) April 4, 2022
