
আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰত নামিব কেজৰিৱাল
২০ দিনৰ বাবে মুকলি আকাশৰ তলত কেজৰিৱাল
১ জুনলৈকে কেজৰিৱালক সাময়িক মুক্তি ন্যায়ালয়ৰ
প্ৰচাৰৰ পূৰ্বে হনুমান মন্দিৰত সেৱা ল’লে কেজৰিৱালে
AAPৰ কৰ্মীৰ সৈতে সেৱা ল’লে কেজৰিৱালে
উপস্থিত আছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং
দিনৰ ১ বজাত সম্বোধন কৰিব সংবাদ মেল
AAPৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল কেজৰিৱালৰ
বিয়লি দক্ষিণ দিল্লীত কেজৰিৱালৰ মেগা ৰোড শ্ব’