AssamElectionGovernment SchemeHimanta Biswa Sarmaleatest updatenationalPMo indiaঅসমদৈনিক বাতৰিভাৰত

ভোটৰ কাৰ্ডৰ ফটোৰ লগতে ভুল হৈ থকা তথ্য কেনেকৈ সলনি কৰিব? জানো আহক

নিৰ্বাচন আয়োগৰ ৱেবছাইটত গৈ ইয়াৰ হোমপেজৰ ভোটৰ সেৱা টেবত ক্লিক কৰি সংশোধন বিকল্পত (correction option) ক্লিক কৰক আৰু আপোনাৰ ভোটৰ কাৰ্ডৰ নম্বৰ দিব।

যদি আপুনি পুৰণি ফটো খন থকাৰ বাবেই ভোটৰ কাৰ্ড খন ব্যৱহাৰ কৰিবলৈ লাজ কৰে, তেন্তে আপুনি এই সমস্যাৰ পৰা শীঘ্ৰেই পৰিত্ৰাণ পাব। কাৰণ এতিয়াৰে পৰা নিমিষতে আপোনাৰ ভোটৰ কাৰ্ডত থকা পুৰনি ফটোখন সলনি কৰিব পাৰিব। অনলাইন যোগে কেনেকৈ সলনি কৰিব পাৰিব আপোনাৰ ভোটৰ কাৰ্ডত থকা পুৰনি ফটোখন জানো আহক –

  • নিৰ্বাচন আয়োগৰ ৱেবছাইটত গৈ ইয়াৰ হোমপেজৰ ভোটৰ সেৱা টেবত ক্লিক কৰি সংশোধন বিকল্পত (correction option) ক্লিক কৰক আৰু আপোনাৰ ভোটৰ কাৰ্ডৰ নম্বৰ দিব।
  • ভোটৰ কাৰ্ড খন লগত নাথাকিলে My voter ID is not available ত ক্লিক কৰিব। পৰৱৰ্তী বিকল্পত বাকী ব্যক্তিগত তথ্য থকা ফটোখনত ক্লিক কৰিব।
  • তাৰ পিছত আপোনাৰ ফটোখন আপলোড কৰি submit কৰি দিলে আপোনাৰ ফটোখন আপডেত হ’ব।
  • ছবিখন আপডেট হ’বলৈ ১৫ ৰ পৰা ৩০ দিন সময় লাগিব।
  • ৱেবছাইটোত ভোটৰ কাৰ্ডত ফটোৰ লগতে আন যিকোনো তথ্য ভুল হৈ থাকিলেও শুধৰাব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button