◾বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা
◾একাদশ, দ্বাদশ শ্ৰেণীত প্ৰৱৰ্তন কৰা হ’ব বড়ো মাধ্যম
◾স্নাতক, স্নাতকোত্তৰ পৰ্যায়লৈ নিয়া হ’ব বড়ো ভাষাক
◾বড়ো সাহিত্য সংস্কৃতিৰ উন্নয়নৰ বাবে ১০ কোটি টকা প্ৰদান
◾প্ৰতিখন জিলাতে হ’ব বড়ো শাখা সাহিত্য সভাৰ কাৰ্যালয়
◾কাৰ্যালয় নিৰ্মাণৰ বাবে৫০ লাখ টকাকৈ প্ৰদান কৰিব
◾৩ বছৰত সম্পূৰ্ণ হ’ব লাগিব সাহিত্য সভাৰ গৃহৰ কাম
◾বড়ো সাহিত্য সভালৈ অতিৰিক্ত ৫ কোটি দিব চৰকাৰে