AssamRegionalSocial

সাময়িকভাৱে বন্ধ হ’ল পুৰণি শৰাইঘাট দলং।

পুৰণি দলং বন্ধ কৰি দিয়াত তীব্ৰ যান-জঁট নতুন শৰাইঘাট দলঙত।

মেৰামতিৰ বাবে সাময়িকভাৱে দুদিনৰ বাবে বন্ধ হ’ল পুৰণি শৰাইঘাট দলং। দলংখনৰ কেইবাটাও স্থানত মেলিছিল প্ৰকাণ্ড ফাঁট। ৰে’লৱে বিভাগে শনিবাৰে দিনৰ ১১ বজাৰ পৰা বন্ধ কৰি দিয়ে দলঙখন।

দুদিন ধৰি নতুন শৰাইঘাট দলঙেৰে অহা-যোৱা কৰিব বাহনসমূহ। পুৰণি দলং বন্ধ কৰি দিয়াত তীব্ৰ যান-জঁট নতুন শৰাইঘাট দলঙত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 9 =

Back to top button