শীঘ্ৰে ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিব ৰাজ্য চৰকাৰে
’২১ৰ মেৰ পৰা বৰ্তমালৈকে নিযুক্তি ৮৭,৭৮২
শীঘ্ৰে নতুনকৈ নিযুক্তি দিব ২৫ হাজাৰ প্ৰাৰ্থীক
শীঘ্ৰে ৩য়, ৪ৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন
পুনৰ ৮ হাজাৰ পদ পূৰণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ
শিক্ষা বিভাগত ১০ হাজাৰ নতুন পদ
শীঘ্ৰে প্ৰকাশ পাব বিজ্ঞাপন