Assamassam policeCity newsCrimenationalঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

লখিমপুৰৰ খেলমাটি থানাৰ ভিতৰতে মৃত্যু কয়দীৰ, থানাৰ ভিতৰত মৃত্যু আৰ্চভ আলী নামৰ এজনৰ…..

লখিমপুৰৰ খেলমাটি থানাৰ ভিতৰতে মৃত্যু কয়দীৰ

থানাৰ ভিতৰত মৃত্যু আৰ্চভ আলী নামৰ এজনৰ

চুৰিৰ সন্দেহত আৰ্চভক আটক কৰিছিল আৰক্ষীয়ে

হঠাৎ অসুস্থ হৈ ঢলি পৰি মৃত্যু আৰ্চভ আলীৰ

আৰক্ষীৰ ভুলৰ বাবে লোকজনৰ মৃত্যুৰ অভিযোগ

ঘটনাক কেন্দ্ৰ কৰি থানা চৌহদত উত্তপ্ত পৰিস্থিতি

আৰ্চভৰ মৃত্যুৰ ন্যায় বিচাৰি থানা ঘেৰাও স্থানীয়ৰ

ঘটনা সন্দৰ্ভত থানাখনৰ এজন কনিষ্টবলক নিলম্বন

খেলমাটি থানাৰ SI দীপাংকৰ চাংমাইক নিলম্বন

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ক্ষুব্ধ জনতাৰ

আৰক্ষীৰ বাহন, থানাত শিলগুটি নিক্ষেপ উত্তেজিতৰ

উত্তেজিত ৰাইজৰ শিলাবৰ্ষণত আহত সাংবাদিকো

ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ DGP জি পি সিঙৰ

‘X’ হেণ্ডেলযোগে তদন্তৰ নিৰ্দেশ DGP জি পি সিঙৰ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 15 =

Back to top button