AssamCity newsCMO AssamnationalRegionalঅসমগুৱাহাটীদৈনিক বাতৰিপৰিৱেশপ্ৰদূষণবতৰভাৰত

প্ৰকৃতি প্ৰেমীৰ অৱদান! কাজিৰঙাত দুজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ…..

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। ৰাষ্ট্ৰীয় ঘাইপথৰে যোৱা গাড়ী মটৰ আদিৰ পৰা ঘাইপথৰ দাঁতিত পেলাই দিয়া প্লাষ্টিকৰ পানীৰ বটল তথা সুৰাৰ বটল সমূহ বুটলি সংগ্ৰহ কৰি কাজিৰঙাৰ পৰিৱেশ ৰক্ষা কৰাত বিশেষ ভূমিকা লৈছে কলিয়াবৰৰ যুৱক সুনীল কৰ্মকাৰ আৰু ৰবী দাসে। সুনীল কৰ্মকাৰ আৰু ৰবী দাসৰ এনে কৰ্মক কলিয়াবৰৰ সচেতন মহল তথা প্ৰকৃতি প্ৰেমী সকলে আদৰণি জনাইছে।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button