◾APSCৰ অসমীয়া ভাষা বিষয়ক প্রশ্নকাকত
◾পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই APSCএ
◾কেবিনেটৰ সিদ্ধান্তৰ পিছত অনুষ্ঠিত হৈছিল পৰীক্ষা
◾ফলাফল প্রকাশত উচ্চ ন্যায়ালয়ৰ স্থগিতা দেশ
◾স্থগিতাদেশৰ পিছত আজি উচ্চ ন্যায়ালয়ত শুনানি
◾ফলাফল প্রকাশ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন
◾ফলাফল প্রকাশত আপত্তি আছে গোচৰীয়া পক্ষৰ
◾আপত্তি আছে নেকি জানিব বিচাৰিলে ন্যায়ালয়ে
◾গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য উচ্চ ন্যায়ালয়ৰ