Assamassam policeCity newsCMO AssamHimanta Biswa Sarmaleatest updatenationalRegionalSocial

উখল-মাখল নীলাচলৰ বুকু; দেশী-বিদেশী ভক্তৰে ভিৰ নীলাচল পাহাৰ।

নীলাচলত তৎপৰ ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসন

উখল-মাখল নীলাচলৰ বুকু। শনিবাৰৰ পৰা কামাখ্যা ধামত আৰম্ভ অম্বুবাচী মেলা। ইতিমধ্যে অম্বুবাচীক লৈ উখল-মাখল নীলাচল পাহাৰ। অম্বুবাচী মেলাৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ প্ৰস্তুতি। নীলাচলত তৎপৰ ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসন।

২৬ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ। ২৬ জুনত নিত্য পূজাৰ পিছতে খোল খাব মন্দিৰৰ দুৱাৰ। মন্দিৰ প্ৰাংগণত সংস্থাপন কৰা হ’ব CCTV। নীলাচলত মোতায়েন কৰা হ’ব সহস্ৰাধিক আৰক্ষী। ইতিমধ্যে কামাখ্যাধামত ভিৰ দেশী-বিদেশী ভক্তৰ। দূৰণিৰ ভক্তৰ বাবে থাকিব থকাৰ সুব্যৱস্থা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + seven =

Back to top button