আন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীদৈনিক বাতৰিমনোৰঞ্জন
ভাইৰেল ভিডিঅঃ পিন্ধি থকা জোতাত বিয়েৰ ঢালি পান কৰিলে খেলুৱৈয়ে
ব্যতিক্ৰমী আনন্দ
টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ পিছত ব্যতিক্ৰমী ধৰণেৰে আনন্দ প্ৰকাশ কৰিলে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলে।
টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ পিছত জোতাত বিয়েৰ ঢালি পান কৰিলে খেলুৱৈয়ে। এনে আজব কাণ্ডৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
How's your Monday going? 😅#T20WorldCup pic.twitter.com/Fdaf0rxUiV
— ICC (@ICC) November 15, 2021
টি-২০ বিশ্বকাপ ২০২১ৰ ফাইনেলত নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ পাছত আনন্দত ক’ব নোৱাৰা হৈ মৈথ্যু বেড আৰু মাৰ্কচ ষ্টাইনিচে জোতা খুলি তাৰ ভিতৰত বিয়েৰ লৈ পান কৰে। ICCয়ে এই ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰাৰ পাছতেই এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে।
