অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

কি পৰিস্থিতিত মাজনিশা নগাঁৱৰ পৰা জখলাবন্ধালৈ গৈছিল জোনমণি, জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰহস্য 

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

এটা ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে জোনমণি ৰাভাৰ

নিশা উজনি অভিমুখে গৈ থাকোতে এই দুৰ্ঘটনা

জখলাবন্ধাৰ সৰুভগীয়াত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা

নগাঁও মৰিকলং থানাৰ SI আছিল জোনমণি ৰাভা

বিপৰীত দিশৰ পৰা অহা ট্ৰাকত খুন্দা জোনমণিৰ বাহনখনৰ

জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ

জোনমণিৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ

পুৱতি নিশাই ঘটনাস্থলীত উপস্থিত SP লীনা দলে

জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰহস্য

সহজভাৱে লোৱা নাই বহুজনে

কাকো অৱগত নকৰাকৈ কিয় গৈছিল জোনমণি?

নিশাৰ ভাগত ভুল পথেৰে গাড়ী চলোৱাক লৈ উঠিছে প্ৰশ্ন

নিশা ১.৩০ বজাত অসামৰিক পোছাকত কিয় গৈছিল জোনমণি?

কি পৰিস্থিতিত মাজনিশা নগাঁৱৰ পৰা জখলাবন্ধালৈ গৈছিল জোনমণি

কিছু দিনৰ পৰা মানসিক চাপত থকাৰ সন্দেহ জোনমণি

কোনো লোকে জোনমণিক মাতিছিল নেকি পৰিকল্পিতভাৱে!

ড্ৰাগছ ব্যৱসায়ীৰ টাৰ্গেট হ’ল নেকি জোনমণি?

গাড়ীত উদ্ধাৰ হৈছে এযোৰ জোতা, এযোৰ চেণ্ডেল’

জোনমণিৰ এগৰাকী আত্মীয়ই কয়, ‘আমি পুৱাই খবৰটো পাইছো’

‘মোৰ এতিয়াও বিশ্বাস হোৱা নাই’ 

‘ভবাই নাছিলো এনেকুৱা এটা দুৰ্ঘটনা হ’ব বুলি’

‘কালি পুৱা মাৰ সৈতে নগাঁৱলৈ গৈছে’

‘বাকী মই একো গম নাপাওঁ’

‘এতিয়াহে মানুহবোৰে কোৱাত কথাটো গম পাইছো’

‘তদন্তত ওলাব প্ৰকৃত ঘটনাৰ ৰহস্য’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 10 =

Back to top button