AssamCity newsleatest updateSocialঅসমদৈনিক বাতৰি

সুৰা ক্ৰেতাসকলৰ বাবে ভাল খবৰ!

গুৱাহাটীত কেতিয়া পাব সুৰা?

সুৰা ক্ৰেতাসকলৰ বাবে ভাল খবৰ । গুৱাহাটীত নিশা ১১ বজালৈ খোলা থাকিব সুৰাৰ বিপণি । সুৰাৰ বিপণী খোলাৰ সময়-সীমা বৃদ্ধি আৱকাৰী বিভাগৰ ।

Download Free Brindis with wine glasses icon Icons in PNG & SVG

বিক্ৰী বৃদ্ধিৰ বাবে হ্রাস কৰা হ’ব পাৰে সুৰাৰ দাম ।

21,700+ Wine Cheers Stock Illustrations, Royalty-Free Vector Graphics &  Clip Art - iStock | Wine, Wine cheers outside, Wine glass

গুৱাহাটীত এতিয়া সুৰাৰ বিপণী সমূহত ১২.৩০ বজালৈ উপলব্ধ হ’ব সুৰা । বাৰ আৰু ৰেষ্টুৰেণ্ট খোলা থাকিব নিশা ১২:৩০ বজালৈ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button