অসমস্বাস্থ্য

কৰুণ! স্বামীৰ মৃত্যুৰ দুখত প্ৰাণ এৰিলে পত্নীয়ে

একেখন চিতাতে জ্বলিল স্বামী আৰু পত্নীৰ মৃতদেহ

এক কৰুণ, হৃদয়বিদাৰক ঘটনা। স্বামীৰ মৃত্যুৰ দুখত প্ৰাণ এৰিলে পত্নীয়েও।

নিশা শুই থকা অৱস্থাত মৃত্যু ঘটিল উমাকান্ত ধৰৰ। স্বামীৰ মৃত্যুত শোকত ভাগি পৰিল পত্নী। গোটেই নিশা কান্দি-কান্দি পুৱা মৃত্যুক সাৱতিলে পত্নী অঞ্জনা ধৰেও। এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ হাৰমতিৰ কাঠনিত।

একেখন চিতাতে জ্বলিল স্বামী আৰু পত্নীৰ মৃতদেহ। লখিমপুৰত ঘটনাক কেন্দ্ৰ কৰি এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + five =

Back to top button