◾ আদালতত হাজিৰ DIG ৰৌণক আলী হাজৰিকাক
◾ পুনৰ ১০ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে
◾ আয়তকৈ অধিক সম্পত্তিৰ তথ্য ৰৌণক আলী হাজৰিকাৰ
◾ ৰৌণক আলী হাজৰিকাৰ সম্পত্তিক লৈ সন্দেহ তদাৰকী কোষৰ
◾ ১৬৪.৮০ কোটি সম্পত্তিৰ তথ্য লাভ তদাৰকী কোষৰ
◾ পল্টন বজাৰ আৰক্ষী থানাতো আছে ৰৌণক আলীৰ বিৰুদ্ধে গোচৰ
◾ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ 6/21 নম্বৰৰ 13ab/13(2) ধাৰাত দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু