◾ অসমত উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা
◾ ক’ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰে আলোচনা GMCH কৰ্তৃপক্ষৰ
◾ GMCHৰ ক’ভিড বিছনাৰ তথ্য সংগ্ৰহ মুখ্যমন্ত্ৰীৰ
◾ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু স্বাস্থ্য বিভাগ
◾ সাজু কৰি তোলা হৈছে GMCH, কালপাহাৰ মেডিকেল
◾ সাজু কৰা হৈছে সৰুসজাই ক’ভিড কেয়াৰ চেণ্টাৰ
◾ ক’ভিড ৰোগীৰ বাবে সক্ৰিয় হৈ থাকিব MMCH
◾ ক’ভিডৰ বাবে সাময়িকভাৱে বন্ধ MMCHৰ নিৰ্মাণৰ কাম
◾ ক’ভিডৰ বাবে সাজু MMCHৰ ২০৩খন বিছনা
◾ ক’ভিড ৰোগীৰ বাবে গুৱাহাটীত সাজু ১,৫০৩খন বিছনা
◾ ইয়াৰে ভিতৰত ICU বেড ৩৩৬খন, অক্সিজেন বেড ৩৩৭
◾ সৰুসজাই ক’ভিড কেয়াৰ চেণ্টাৰত বৰ্তমান চিকিৎসাধীন ৩০জন
◾ মাস্ক পিন্ধাৰ আহ্বান GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ