AssamCultureSocialSocial Networkঅসম

ক্ৰমাৎ সুস্থিৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্বাস্থ্য

আজি হাস্পতালতে থাকিব লাগিব শিল্পীগৰাকী

ক্ৰমাৎ সুস্থিৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্বাস্থ্য

ডাঃ হীতেশ বৰুৱাই স্পষ্ট কৰিলে এই কথা

এটা মাষ্টাৰ্ছ চেকআপৰ প্ৰয়োজন জুবিন গাৰ্গৰ

বিশেষজ্ঞ চিকিৎসকৰ দলে জুবিনক চলাইছে চিকিৎসা

আজি হাস্পতালতে থাকিব লাগিব শিল্পীগৰাকী

সময়ত ঔষধ খাবলৈ জুবিনক পৰামৰ্শ চিকিৎসকৰ

আজি পুৱা হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ

পুৱা ১০ বজাত ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পতালত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + six =

Back to top button