AssamInternationalSocialঅসমদৈনিক বাতৰি

মক্কাত বৃদ্ধি পাইছে হজযাত্ৰীৰ মৃত্যুৰ সংখ্যা

বৰ্তমানেও চিকিৎসালয়ত ভৰ্তি বহু হজযাত্ৰী

মক্কাত বৃদ্ধি পাইছে হজযাত্ৰীৰ মৃত্যুৰ সংখ্যা

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত মৃত্যু ৯ শতাধিকৰো অধিক লোকৰ

এইবাৰ ভাৰতৰ পৰা গৈছিল ১ লাখ ৭৫ হাজাৰ হজযাত্ৰী

এতিয়ালৈ ৯৮গৰাকী ভাৰতীয় হজযাত্ৰীৰ মৃত্যু

১৪জন মালয়েছিয়ান, ১৬৫জন ইণ্ডোনেছিয়ানৰ মৃত্যু

৬৮জন জৰ্ডানীয়, ৩৫জন পাকিস্তানী হজযাত্ৰীৰ মৃত্যু

৩৫জন টিউনিছিয়ান, ১১জন ইৰাণী লোকৰ মৃত্যু

বৰ্তমানেও চিকিৎসালয়ত ভৰ্তি বহু হজযাত্ৰী

বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button