◾উত্তপ্ত অসমবিধান সভাৰ অধিৱেশন
◾সদনৰ পৰা নিলম্বন বিধায়ক নুৰুল হুদাক
◾মাৰ্ছেল লগাই উলিয়াই দিলে বিধায়ক হুদাক
◾সমবায় সমিতিৰ নিৰ্বাচনকলৈ প্ৰশ্ন কৰিছিল হুদাই
◾তালিকাত মৃত ব্যক্তিৰ নাম অহাকলৈ কৰিছিল প্ৰশ্ন
◾সদনত নিৰ্বাচন স্থগিত ৰখাৰ প্ৰশ্ন উত্থাপন কৰিছিল হুদাই
◾‘অধ্যক্ষই চৰকাৰৰ পক্ষলৈ মোক নিলম্বন কৰিছে, এয়া ন্যায় বহিঃৰ্ভুত’-
◾সদনৰ বাহিৰত ক্ষোভ উজাৰিলে নুৰুল হুদাই।