অসমঅসম আৰক্ষীগুৱাহাটীশিল্পীসংগীতসংস্কৃতি

আছুতীয়া কক্ষত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আলোচনা

চাহ চিঙৰাৰ জুতি লʼলে একাংশই

চৌদিশে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী। তাৰ মাজতে SIT য়ে গোপন আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিল বহুকেইখন ব্যক্তিক। গোপন কক্ষত গোপনভাৱে আলোচনাৰ বাবে নিমন্ত্ৰণ লাভ কৰা একাংশই নস্যাৎ কৰিছিল নিমন্ত্ৰণ। তেওঁলোকৰ মতে SIT ৰ চাহ চিঙৰাৰ জুতি নলয় তেওঁলোকে। কিন্তু তাৰ মাজৰ একাংশ গʼল SIT ৰ আলোচনালৈ । আলোচনালৈ যোৱা ব্যক্তি সকল ক্ৰমে –

ডাঃ হিতেশ বৰুৱা

অতনু ভূঞা

সঞ্জীৱ ফুকন

প্রাঞ্জল শইকীয়া

শিৱাণু বৰা

শুভ্র কিংকৰ গোস্বামী

নিমন্ত্ৰণ নস্যাৎ কৰা ব্যক্তিসকল ক্ৰমে –

ৰামানুজ দত্ত চৌধুৰী

মনোজ কুমাৰ গোস্বামী

সমুজ্জ্বল কুমাৰ ভট্টাচার্য

অনুৰাধা শৰ্মা পূজাৰী

ৰাহুল গৌতম শর্মা

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

ৰাজদ্বীপ বাইলুং বৰুৱা

উৎপল শর্মা

সমীৰণ ফুকন

শ্যামন্তক গৌতম

প্রাণজিৎ শইকীয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 19 =

Back to top button