Assamassam policeCrime
‘মই শ্ৰেয়া ভট্টাচাৰ্যই কৈছো’
মৃত্যুৰ পূৰ্বে কি কৈ থৈ গৈছিল শ্ৰেয়া ভট্টাচাৰ্যই?

মৃত্যুৰ পূৰ্বে কি কৈ থৈ গৈছিল শ্ৰেয়া ভট্টাচাৰ্যই? উলুবাৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল! কান্দি কান্দি শ্ৰেয়াই প্ৰস্তুত কৰা এটা ভিডিঅ’। শ্ৰেয়া মৃত্যুৰ পূৰ্বৰ এটা ভিডিঅ’ ভাইৰেল।
ভাইৰেল শ্ৰেয়াৰ নিচাসক্ত স্বামীৰ অকথ্য নিৰ্যাতনৰ ভিডিঅ’। ৰুবুল শৰ্মাই প্ৰায়ে নিৰ্যাতন চলাইছিল পত্নী শ্ৰেয়াক। সুৰাৰ ৰাগীত মাতাল হৈ প্ৰায়ে চলাইছিল নিৰ্যাতন। কলেজলৈ যোৱা শ্ৰেয়াক সন্দেহৰ দৃষ্টিৰে চাইছিল স্বামীয়ে।
অন্য পুৰুষেৰে সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল ঘাটক ৰুবুলে। ভাইৰেল ভিডিঅ’ত নিচাসক্ত ৰুবুলক প্ৰশ্ন কৰিছিল শ্ৰেয়াই। সঘনে সুৰাপান কৰাৰ বাবেই বাৰে বাৰে প্ৰশ্ন কৰিছিল শ্ৰেয়াই। ভাইৰেল ভিডিঅ’ত ফাদিল হৈছে বহু ৰহস্য।