InternationalSocialআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

প্ৰস্ৰাৱেৰে আটা মথি ধৰা পৰিল ৰান্ধনী!

প্ৰস্ৰাৱ মিহলোৱা ৰুটি খাই যকৃতৰ ৰোগত পৰিয়াল...

নিজৰ প্ৰস্ৰাৱেৰে আটা মথি সেই মথা আটাৰে সেকা ৰুটি খুৱাই আহিছিল এগৰাকী মহিলাই৷ এই মহিলাগৰাকী উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ৷ পৰিয়ালটোৰ ঘৰত ৰন্ধাবঢঞা কৰে নাৰীগৰাকীয়ে৷ পৰিয়ালটোৰ সদস্যসকল অসুস্থ হৈ হাস্পতাললৈ যাবলগীয়া হ’ল৷

প্ৰস্ৰাৱেৰে আটা মথি ধৰা পৰিল ৰান্ধনী!

চিকিৎসালয়ৰ পৰা উভতি অহাৰ পাছতো আকৌ বেমাৰে লগ দিয়াত ৰন্ধা-বঢ়াতেই কিবা খেলিমেলি আছে বুলি পৰিয়ালটোৱে ধাৰণা কৰে৷ তাৰ পাছতেই পাকঘৰত চিচিটিভি লগোৱা হয়৷ তেতিয়াই ধৰা পৰে ৰান্ধনী হিচাপে নিযুক্ত এই নাৰীগৰাকীৰ কাম৷

প্ৰস্ৰাৱেৰে আটা মথি ধৰা পৰিল ৰান্ধনী!

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে গাজিয়াবাদৰ ক্ৰছিং ৰিপাব্লিক অঞ্চলৰ এখন ছচাইটীত ঘটিছে এই ঘটনা৷ মহিলাগৰাকীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ মতে লিভাৰৰ বেমাৰত ভুগিবলগা হৈছিল পৰিয়ালটোৰ সকলো সদস্য৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − fourteen =

Back to top button