AssamCity newsFranceOlympicsঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

বৰ্ণিল উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ’ল অলিম্পিকৰ মহাৰণ….

ফ্ৰান্সৰ ৰাজধানী পেৰিছত অলিম্পিকৰ মহাৰণ

বৰ্ণিল উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ বৃহৎ ক্ৰীড়াযুদ্ধ

শুকুৰবাৰে নিশা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান

ছেইন নদীৰ পাৰত উদ্বোধনী অনুষ্ঠানৰ আয়োজন

উদ্বোধনী অনুষ্ঠানত জিলিকিল ফ্ৰান্সৰ গৌৰৱময় ঐতিহ্য

কলা-সংস্কৃতিৰ সমাহাৰ ঘটিল বৰ্ণিল উদ্বোধনী অনুষ্ঠানত

প্ৰথমবাৰৰ বাবে ষ্টেডিয়ামৰ বাহিৰত অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান

ভাৰতীয় দলক নেতৃত্ব দিলে পি ভি সিন্ধু, শৰৎ কমলে

৬ কিলোমিটাৰ জুৰি অনুষ্ঠিত বাৰেৰহণীয়া পেৰেড

মেগা ইভেণ্টত ২০৬খন দেশৰ ১০,৫০০ খেলুৱৈৰ অংশগ্ৰহণ

উদ্বোধনী অনুষ্ঠান সম্বোধন প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰ’নৰ

অনুষ্ঠানত অংশ  কানাডিয়ান গায়িকা ছেলিন ডিয়নৰ

অংশগ্ৰহণ আমেৰিকাৰ প’প তাৰকা লেডি গাগাৰ

সুদীৰ্ঘ ১০০ বছৰৰ অন্তত ফ্ৰান্সত অলিম্পিকৰ মহাৰণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 1 =

Back to top button