AssamElectionleatest updateRegional
সমাগত পঞ্চায়ত নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া তুংগত উঠিছে প্ৰস্তুতি।
২ আৰু ৭ মে’ত অনুষ্ঠিত হ'ব নিৰ্বাচন।

সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া তুংগত উঠিছে প্ৰস্তুতি। ২ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব নিৰ্বাচন।
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। পঞ্চায়তে পঞ্চায়তে ব্যাপক প্ৰস্তুতি। তুংগত উঠিছে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ।
জনপ্ৰতিনিধিৰ কাম-কাজৰ হিচাপ বিচাৰিছে ৰাইজে। কোনোবা পঞ্চায়তত যদি ভোট বৰ্জনৰ সিদ্ধান্ত।
কোনোবা পঞ্চায়তত ভোট দানৰ সিদ্ধান্ত। ক’ৰবাত সামগ্ৰিক উন্নয়ন বিচাৰি তীব্ৰ প্ৰতিবাদ। ক’ৰবাত জনপ্ৰিতিনিধিৰ কামক লৈ সুখী ৰাইজ।