AssamInternationalleatest updatenorth eastSocialঅসমদৈনিক বাতৰি

পৰ্যটকৰ বাবে আজি মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান

উদ্যানখন আৰু উন্নয়ন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক আহব্বান স্থানীয় ৰাইজৰ

পৰ্যটকৰ বাবে আজি মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
বনমন্ত্ৰীয়ে মুকলি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
উপস্থিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
উপস্থিত মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা
আজিৰে পৰাই পৰ্যটকে লাভ কৰিব জীপ চাফাৰিৰ সুবিধা
১ নৱেম্বৰৰ পৰা লাভ কৰিব হাতী চাফাৰীৰ সুবিধাও
দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰে পৰা মুকলি হ’ল কাজিৰঙাৰ দুৱাৰ। কাজিৰঙা মুকলি হোৱাৰ লগে লগে জীপ চাফাৰী আৰম্ভ ২০২৪–২৫ পৰ্যটন বৰ্ষৰ। ৫ মাহজোৰা অপেক্ষাৰ অন্তত হাঁহি বিৰিঙিছে প্ৰায় ৪০০ জীপ চালকৰ। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত ফিটা কাটি উদ্বোধন ২০২৪–২৫ পৰ্যটন বৰ্ষৰ। কাজিৰঙা জীপ চাফাৰী কাৰ্যালয়ৰ সন্মুখত উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে শুভৰম্ভ হয় পৰ্যটন বৰ্ষৰ।আজি মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকক আদৰিবলৈ সাজু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।দেশী বিদেশী পৰ্য্যটকৰ বাবে ভাল খবৰ

————————————————————————————-
আনহাতে পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান
DFOয়ে ফিটা কাটি মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন
মুকলি অনুষ্ঠানত উপস্থিত উদ্যানখনৰ সকলো বিষয়া
আজিৰে পৰাই পৰ্যটকে উপভোগ কৰিব পাৰিব ওৰাঙৰ সৌন্দৰ্য
পৰ্যটকৰ বাবে মুকলি জীপ চাফাৰী, হাতী চাফাৰী
পৰ্যটকৰ সুবিধাৰ বাবে আছে ইক’ কেম্পৰো সুবিধা
২০২৪–২৫ পৰ্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা আৰু অধিক বৃদ্ধি হ’ব বুলি আশাবাদী উদ্যানখনৰ DFO। উদ্যানখন আৰু উন্নয়ন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক আহব্বান জনাইছে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − one =

Back to top button