অসমগুৱাহাটীদৈনিক বাতৰিভাৰতভ্ৰমণ

বাতিল কৰা হৈছে উত্তৰ-পূবৰ কেইবাখনো ৰে’লৰ যাত্ৰা, ৰে’লপথৰ কাম চলি থকাৰ বাবে এই সিদ্ধান্ত NF ৰে’লৱেৰ

উত্তৰ-পূবৰ কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

ৰে’লপথৰ কাম চলি থকাৰ বাবে এই সিদ্ধান্ত NF ৰে’লৱেৰ

১৪ মে’লৈ বাতিল বঙাইগাঁও-গুৱাহাটী যাত্ৰীবাহী ৰে’ল

১৬-২৫মে’লৈ গুৱাহাটী-নিউ বঙাইগাঁও ৰে’ল বাতিল

১৬-২৪ মে’লৈ আলিপুৰদুৱাৰ-গুৱাহাটী চিফুং ৰে’ল বাতিল

বাতিল আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটী ৰে’ল

১৬-২৩মে’লৈ বাতিল মেন্দিপথাৰ-গুৱাহাটী স্পেছিয়েল ৰে’ল

১৫-২২মে’লৈ বাতিল গুৱাহাটী-মেন্দিপথাৰ স্পেছিয়েল ৰে’ল

২০-২৩ মে’লৈ ধুবুৰী-গুৱাহাটী এক্সপ্ৰেছ ৰে’ল বাতিল

১৯-২২মে’লৈ বাতিল গুৱাহাটী-ধুবুৰী এক্সপ্ৰেছৰ যাত্ৰা

সলনি কৰা হৈছে বহুকেইখন দূৰণিবটীয়া ৰে’লৰ যাত্ৰাপথ

গুৱাহাটী-ৰঙিয়া-বঙাইগাঁও পথত নচলে দূৰণিবটীয়া ৰে’ল

গুৱাহাটী-গোৱালপাৰা-নিউ বঙাইগাঁও পথেৰে চলিব ৰে’ল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + seventeen =

Back to top button