AssamCity newshealthHimanta Biswa Sarmaleatest updatenorth eastSocialSocial Networkঅসমচিকিৎসা

বিৰুবালা ৰাভা আৰু নাই

জি এম চি এইছত শেষ নিশ্বাস ত্যাগ বিৰুবালা ৰাভাৰ

বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবলৈ চেষ্টা কৰা এগৰাকী সাহসী মহিলা ।

No photo description available.

তেওঁৰ কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে তেওঁৰ নাম ২০০৫ চনত শান্তিৰ ন’বেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল।তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল ।

বিৰুবালা ৰাভা - এগৰাকী সাহসী... - Swabalamban - স্বাৱলম্বন | Facebook

গোৱালপাৰা জিলাৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল।  ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button