Socialঅসমজীৱনশৈলীদৈনিক বাতৰিমনোৰঞ্জন

আজি ভেলেণ্টাইন দিৱস! কিয় পালন কৰা হয় এই দিৱস?

আদিম কালৰে পৰা মানৱ জীৱনত এই প্ৰেমে প্ৰভাৱ বিস্তাৰ কৰি জীয়াই থকাৰ প্ৰতিটো স্তৰক সঞ্জিৱনী প্ৰদান কৰি আহিছে

আদিম কালৰে পৰা মানৱ জীৱনত এই প্ৰেমে প্ৰভাৱ বিস্তাৰ কৰি জীয়াই থকাৰ প্ৰতিটো স্তৰক সঞ্জিৱনী প্ৰদান কৰি আহিছে৷

আজি ভেলেণ্টাইন দিৱস। এই দিনটো খ্ৰীষ্টিয় শ্বহীদ চেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন।

বছৰৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে পালন কৰা হয় এই ভেলেণ্টাইন দিৱস। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। এই দিনটোত প্ৰেমিক -প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুল, চকলেট বা মৰমৰ বাৰ্তাৰে সম্ভাষণ জনায়।

হৃদয়ৰ আকৃতি, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক, আধুনিক ভেলেণ্টাইন দিৱসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ১৯ শতিকাৰ পৰা হাতে লিখা ভেলেণ্টাইন বাৰ্তা আঁতৰি, তাৰ ঠাইত এতিয়া শুভেচ্ছা পত্ৰৰ প্ৰচলন হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − sixteen =

Back to top button