AssamCMO AssamHimanta Biswa Sarmaleatest updatenationalRegionalSocial

দুদিনলৈ ৰাজ্যত বন্ধ হ’ব পে’ট্ৰল পাম্প!

অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবত বন্ধ থাকিব পেট্ৰ’ল পাম্প

আপোনাৰ বাহনখনৰ বাবে আজিয়ে ক্ৰয় কৰি লওক পে’ট্ৰল। অন্যথা দুদিনলৈ নাপাব পে’ট্ৰল। কাইলৈৰ পৰা দুদিনলৈ সমগ্ৰ অসমৰ লগতে উত্তৰ-পূবত বন্ধ থাকিব পে’ট্ৰল পাম্প। কিন্তু কিয়? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন…

কাইলৈৰ পৰা দুদিনলৈ ৰাজ্যত বন্ধ থাকিব পে’ট্ৰল পাম্প

৩০ মাৰ্চৰ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিলৰ পুৱালৈ বন্ধ থাকিব পাম্প

অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবত বন্ধ থাকিব পেট্ৰ’ল পাম্প

নৰ্থ-ইষ্ট ইণ্ডিয়া পে’ট্ৰলিয়াম ডিলাৰ্ছ এছ’চিয়েছনৰ এই ঘোষণা

কেইবাটাও দাবীৰে পেট্ৰ’লিয়াম এছ’ছিয়েচনৰ প্ৰতিবাদ

৮ বছৰে বঢ়া নাই পেট্ৰ’লিয়াম ডিলাৰৰ কমিছন

ব্যাপক প্ৰতিবাদৰ পিছতো কাণসাৰ নাই তেল কোম্পানীৰ

ডিজিটেল লেন-দেন প্ৰক্ৰিয়া উঠাই লোৱাৰ আহ্বান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button