অসমগুৱাহাটীৰাজনৈতিক

পৌৰ নিগমৰ নিৰ্বাচনৰ জয়ী প্ৰাৰ্থীৰ তালিকা

পৌৰ নিগমৰ নিৰ্বাচন চাওঁক কোন ক'ত জয়ী হ'ল...

১ নং ৱাৰ্ডত জয়ী অজাপ প্ৰাৰ্থী হুকুম ছান্দ আলি বক্সী

২ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী মুকুল কলিতা

৩ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী কল্লোল চক্ৰৱৰ্তী

৪ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী কনকলতা সাহা

৫ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী সঞ্জয় দাস

৬ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী সুতাপা সৰকাৰ

৭ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী অজয় চক্ৰৱৰ্তী

৮ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী সোধন্য মালাকাৰ

৯ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী অৰ্চনা দাস

১০ নং ৱাৰ্ডত জয়ী অগপ প্ৰাৰ্থী কল্পনা দাস

১১ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী মৃদুলা দেৱী

১২ নং ৱাৰ্ডত জয়ী অগপ প্ৰাৰ্থী দীপাংকৰ বৈশ্য

১৩ নং ৱাৰ্ডত জয়ী অগপ প্ৰাৰ্থী পূৰবী তালুকদাৰ

১৪ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থীমঞ্জুবৰা

১৫ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী সৌৰভ ঝুনঝুনৱালা

১৬ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী প্ৰমোদ স্বামী

১৭ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী স্নিগ্ধা মজুমদাৰ

১৮ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী শংকৰ চক্ৰৱৰ্তী

১৯ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী ব্ৰিজেচ ৰয়

২০ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী গৌড় গোপাল মণ্ডল

২১ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী সঞ্জীৱ দেব

২২ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী স্মিতা ৰয়

২৩ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী মঞ্জিতা দৈমাৰী

২৪ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী বিজু মেধি

২৫ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী মঞ্জুলা ৰাভা

২৬ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী ৰানা চেতিয়া

২৭ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী ৰিংকু মণি ব্ৰহ্ম

২৮ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী স্নিগ্ধা দৈমাৰী

২৯ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী মৃগেন শৰণীয়া

৩০ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী বিনিতা দত্ত চৌধুৰী

৩১ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী ৰত্না সিং

৩২ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী নীলিমজ্যোতি ভূঞা

৩৩ নং ৱাৰ্ডত জয়ী অগপ প্ৰাৰ্থী মিৰা দাস চহৰীয়া

৩৪ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী জোনমণি ডেকা দাস

৩৫ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী নবীন বৰা

৩৬ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী মেঘনা হাজৰিকা

৩৭ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী স্বপ্না দেৱী

৩৮ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী শশাংক ডেকা

৩৯ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী অভীক সোম

৪০ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী ববিতা ডেকা

৪১ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী বাসন্তী কলিতা দুৱৰা

৪২ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী মাছুমা বেগম

৪৩ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী অঞ্জনা বৰা

৪৪ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী সত্যেন্দ্ৰ নাথ ভট্ট

৪৫ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী মাধবী তালুকদাৰ

৪৬ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী আশীষ ভৰালী

৪৭ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী প্ৰফুল্ল মহন্ত

৪৮ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী দুলুমণি কাকতি

৪৯ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী অৰূপ ডেকা

৫০ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী উৎপল মহন্ত

৫১ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী দিম্পল ৰাভা

৫২ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী গোকুল গোস্বামী

৫৩ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী লিপিকা পাটোৱাৰী

৫৪ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী গীতা ঠাকুৰীয়া

৫৫ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী মনোজ কুমাৰ নাথ

৫৬ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী ৰাখী বৰা

৫৭ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী কবিতা শৰ্মা

৫৮ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী গৌৰী বৰা

৫৯ নং ৱাৰ্ডত জয়ী অগপ প্ৰাৰ্থী অসীম শইকীয়া

৬০ নং ৱাৰ্ডত জয়ী অগপ প্ৰাৰ্থী ভূপেন বৰুৱা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 5 =

Back to top button