Delhi Winter

Assam

দিনক দিনে দিল্লীত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। শুকুৰবাৰে দিল্লীত ৫ ডিগ্ৰী তললৈ হ্ৰাস পাইছে শীতৰ মাত্ৰা।

আৰম্ভ হ’ল পুহ মাহ। পুহ মাহৰ আৰম্ভণিৰে পৰা বৃদ্ধি পাইছে শীতৰ মাত্ৰা। যোৱা কেইদিনমানৰ পৰা দিল্লীত তীব্ৰ ঠাণ্ডাৰ অনুভৱ হৈছে।…

Read More »
Back to top button