অসমদৈনিক বাতৰি

NHPC প্ৰকল্পত পুনৰ ভূমিস্খলন, যিকোনো সময়তে উত্তৰ অসম বুৰ যোৱাৰ সম্ভাৱনা…

NHPC প্ৰকল্পত পুনৰ ভূমিস্খলন, যিকোনো সময়তে উত্তৰ অসম বুৰ যোৱাৰ সম্ভাৱনা...

NHPC প্ৰকল্পত পুনৰ ভূমিস্খলন

অৰুণাচলৰ ধাৰাষাৰ বৰষুণে বিপদ মাতিছে NHPCলৈ

যিকোনো সময়তে উত্তৰ অসম বুৰ যোৱাৰ সম্ভাৱনা

ভয়-শংকাত দিন কটাইছে উত্তৰ অসমবাসীয়ে

বিদ্যুৎ উৎপাদনৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হোৱাৰ দিশত

২০২৩-২৪ৰ শেষৰফালে কাৰ্যক্ষম হৈ উঠিব প্ৰকল্পটো

পূৰ্বে বহুবাৰ NHPCত সংঘটিত হৈছিল অঘটন

টানেলৰ বহু অংশ খহাৰ লগতে পাৱাৰ গ্ৰীডত সোমাইছিল পানী

দল-সংগঠনৰ প্ৰতিবাদলৈ আওকাণ কৰ্তৃপক্ষৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 5 =

Back to top button