Assamleatest update

নেইফটৰ উদ্যোগত ইটালীৰ মিলানত অনুষ্ঠিত হ’ব চেলিব্ৰেটিং নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সপ্তদশ সংস্কৰণ।

এই ফেষ্টিভেলৰ প্ৰতি সহযোগিতা আগবঢ়াইছে কনছুলেট জেনেৰেল অৱ ইণ্ডিয়াই। 

উত্তৰ পূৰ্বাঞ্চলৰ ফেশ্বন শিক্ষাৰ বাটকটীয়া নৰ্থ ইষ্ট ইনষ্টিটিউত অব ফেশ্বন টেকন’লজী চমুকৈ নেইফটৰ উদ্যোগত ইটালীৰ মিলানত ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব চেলিব্ৰেটিং নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সপ্তদশ সংস্কৰণ। এই ফেষ্টিভেলৰ প্ৰতি সহযোগিতা আগবঢ়াইছে কনছুলেট জেনেৰেল অৱ ইণ্ডিয়াই।

এই ফেষ্টিভেলৰ প্ৰস্তুতি সন্দৰ্ভত মূল উদ্যোক্তা বিক্ৰম ৰায়মেধিয়ে নতুন দিল্লীত শুকুৰবাৰে এক সংবাদ মেলত অৱগত কৰে। এই ফেষ্টিভেলত উত্তৰ পূৰ্বাঞ্চলৰ ৮গৰাকী ফেশ্বন ডিজাইনাৰে উত্তৰ পূবৰ বহনক্ষম বস্ত্ৰ শিল্প আৰু তেওঁলোকৰ বিদেশী সংগ্ৰহ প্ৰদৰ্শন কৰিব। অনুষ্ঠানত উত্তৰ পূবৰ নৃত্য শিল্পও প্ৰদৰ্শন কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − ten =

Back to top button