AssamCity newsInternationalleatest updatenationalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

বিলাসী হ’ল এসময়ৰ বিনামূলীয়া JIO….. ম’বাইল ৰিচাৰ্জৰ নামত গ্ৰাহকক মাধমাৰ

বিলাসী হ’ল এসময়ৰ বিনামূলীয়া JIO

গ্ৰাহকক ৰামঠগন JIOৰ

ম’বাইল ৰিচাৰ্জৰ নামত গ্ৰাহকক মাধমাৰ

JIOৰ বৰ্ধিত মূল্যই তৌবা তৌবা দেখুৱাইছে সৰ্বসাধাৰণক

JIO ২৮ দিনৰ ১৫৫টকা প্লেনৰ মূল্য হ’লগৈ ১৮৯ টকা

২৮ দিনৰ ২৩৯ টকাৰ প্লেনৰ মূল্য হ’লগৈ ২৯৯ টকা

৫৬ দিনৰ ৪৭৯ৰ প্লেনৰ মূল্য হ’লগৈ ৫৭৯ টকা

JIOৰ সমান্তৰালকৈ এয়াৰটেল, VIৰো বাঢ়িল ৰিচাৰ্জৰ দাম

১১ শতাংশৰ পৰা ২১ শতাংশলৈ বৃদ্ধি এয়াৰটেলৰ

বছৰেকীয়া প্লেন, ডাটা সকলোতে বৃদ্ধি হ’ল নিৰিখ

৫৬ দিনৰ ৪৭৯ টকাৰ প্লেনৰ মূল্য হ’লগৈ ৫৭৯ টকা

১৯ টকাৰ এদিনৰ ডাটা পেক হ’লগৈ ২২ টকা

JIO, AirTEL এৰি BSNL মুখী হৈছে বহু গ্ৰাহক

পুনৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি BSNLৰ

BSNLৰ প্ৰতি ধাৱমান হৈছে বহু গ্ৰাহক

পঞ্জাৱত ৮ লাখলৈ বৃদ্ধি BSNLৰ গ্ৰাহক

BSNLএ দেশত নতুনকৈ স্থাপন কৰিছে ১০ হাজাৰ টাৱাৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − five =

Back to top button