AssamInternationalleatest updateআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিবিশ্বভাৰত

পশ্চিম এচিয়া দেশ কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, মুংগাফ চহৰত অগ্নিকাণ্ডত মৃত্যু ৪৯ শ্ৰমিকৰ…….

পশ্চিম এচিয়া দেশ কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড

মুংগাফ চহৰত অগ্নিকাণ্ডত মৃত্যু ৪৯ শ্ৰমিকৰ

নিহত শ্ৰমিকৰ ভিতৰত আছে ৪০গৰাকী ভাৰতীয়

অগ্নিকাণ্ডত গুৰুতৰভাৱে অগ্নিদগ্ধ অৰ্ধশতাধিক

আহতৰ ভিতৰতো আছে কেইবাজনো ভাৰতীয় শ্ৰমিক

ঘটনাক লৈ শোক প্ৰকাশ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ

পৰিস্থিতিৰ বুজ ল’লে কুৱেইটস্থিত ভাৰতৰ ৰাষ্ট্ৰদূতে

কুৱেইটলৈ ৰাওনা বিদেশ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিং

কুৱেইটৰ দুৰ্ঘটনাত দুৰ্ভাগ্যজনক আখ্যা মন্ত্ৰীগৰাকীৰ

১৪০জন শ্ৰমিকৰ বাসস্থান আছিল অট্টালিকাটো

প্ৰশাসনৰ বিৰুদ্ধে কুৱেইট চৰকাৰৰ কঠোৰ পদক্ষেপ

স্থানীয় পৌৰ নিগমৰ বিষয়াক তৎকালীনভাৱে নিলম্বন

কুৱেইটৰ পৰিস্থিতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

পৰ্যালোচনা বৈঠকত উপস্থিত বিদেশ মন্ত্ৰী এছ জয়শংকৰো

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + eight =

Back to top button