Assamassam policeCity newsঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি
এইবাৰ Home Stayত নাৰীদে*হ*ৰ কিনা-বেচা… What’sAppত কিদৰে যোগান ধৰা হয় যুৱতীৰ ফটো?

গেষ্ট হাউছৰ পিছত এইবাৰ Home Stayত নাৰীদেহৰ কিনা-বেচা
বেলতলাৰ এটা Home Stayত দে*হ ব্যৱসায় চলাৰ গুৰুতৰ অভিযোগ!
বিশেষ Home Stayটোত চলি আছে দে*হ ব্যৱসায়
পোহৰলৈ আহিল কিদৰে যুৱতীৰ দে*হা বিক্ৰী হয়?
এটা নিশাৰ বাবদ গ্ৰাহকে কিমান টকা আদায় দিব লাগে?
কিদৰে What’sAppত যোগান ধৰা হয় যুৱতীৰ ফটো?
এইবাৰ Rosemeery নামৰ গেষ্ট হাউছত নাৰীদেহৰ ব্যৱসায়
GMCএ বন্ধ কৰি দিয়া Home Stay Rosemeeryত নাৰীদে*হ*ৰ বে*হা
কাক মেনেজ কৰি Home Stayত চলিছে এনে ব্যৱসায়?
মহানগৰীৰ বিভিন্ন লজ, গেষ্ট হাউছত চলিছে অবৈধ বেহা
