- অবৈধ পাৰ্কিং গঢ়ি বিপদত মহানগৰীৰ CITY CENTER
- অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে চিটী চেণ্টাৰত GMCৰ অভিযান
- অবৈধভাৱে চলাই থকা পাৰ্কিং প্লেচ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ
- অনুমতি নোলোৱাকৈ পাৰ্কিং প্লেচ চলোৱাৰ বাবে ১০ লাখ টকাৰ জৰিমনা
- জৰিমনাৰ ধন দিবলৈ অপাৰগতা প্ৰকাশ মূল কৰ্তৃপক্ষৰ
- পাৰ্কিঙৰ নামত প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰিছিল ১০০-১৫০ টকা
- অবৈধ পাৰ্কিঙৰ পৰা দিনে ২০-৩০ হাজাৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ