AssamCity newsCMO Assamnationalnorth eastpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য, সংবাদমেলযোগে কি কি গুৰুত্বপূৰ্ণ মন্তব্য দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে?

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘অসমত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে’

‘২ বজালৈকে বন্ধ থাকিব কাৰ্যালয়সমূহ’

‘কাইলৈ ৰাজ্যত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান’

‘সন্ধিয়া ঘৰৰ সন্মুখত এগছি চাকি জ্বলাওক’

‘প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত পাৰিলে দোকান বন্ধ ৰাখক’

‘নামঘৰত গধূলি নাম-কীৰ্তন কৰাৰ আহ্বান’

‘আন ধৰ্মৰ লোককো প্ৰাৰ্থনা কৰাৰ আহ্বান’

আবেলি ৪ বজালৈ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ আহ্বান

‘৪ বজাৰ পিছত খুলিব পাৰিব দোকানসমূহ’

শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

সোমবাৰে সমগ্ৰ ৰাজ্যতে ড্ৰাই ডে ঘোষণা

‘প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষণত ৰাহুল গান্ধী বটদ্ৰৱা থানলৈ নাযায় যেন’

ৰাহুল গান্ধীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ অনুৰোধ

দিনৰ ২ বজাৰ পাছত থানলৈ যোৱাৰ আহ্বান

প্ৰাণ প্ৰতিষ্ঠাৰ পিছত পৰিদৰ্শন কৰাৰ আহ্বান

‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ হোৱাটো ময়ো বিচাৰো’

‘ধৰ্মনিৰপেক্ষ নহয় ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা’

‘বিশেষ সম্প্ৰদায়ৰ লোকহে আহে সভালৈ’

ৰাহুলৰ গুৱাহাটী যাত্ৰাকলৈও মন্তব্য মুখ্যমন্ত্ৰীৰ

GS ৰোড, GNB ৰোড ব্যৱহাৰ নকৰিবলৈ আহ্বান

গুৱাহাটীৰ যান-যঁটৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান

‘দেওবাৰ হ’লে মহানগৰীৰ মাজেৰে যোৱাত বাধা নাই’

‘অনুমতি অবিহনে বেনাৰ-পোষ্টাৰ লগাব নোৱাৰে’

‘অনুমতি নোলোৱাকৈ লগালে ফালিবই’

‘পোষ্টাৰ দোকান, ঘৰৰ মালিকেই ফালিছে’

ন্যায় যাত্ৰাৰ পোষ্টাৰ ফলাকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

কাইলৈ ৰাহুলৰ ন্যায় যাত্ৰাকলৈ মন্তব্য মুখ্যমন্ত্ৰীৰ

নগাঁও, মৰিগাঁৱত থাকিব বৃহৎ নিৰাপত্তাৰক্ষী

ডঃ হীৰেণ গোঁহাইৰ মন্তব্য সন্দৰ্ভতো সৰৱ মুখ্যমন্ত্ৰী

‘ডুব্লিকেট মাল বহুত ভাল শব্দ’

‘ডঃ হীৰেণ গোঁহাইয়ে কিতাপতে অশ্লীল শব্দ লিখিছে’

‘সুধাকণ্ঠ ড ভূপেন হাজৰিকাকো অপমান কৰি থৈছে’

‘এতিয়া সেই অপমানৰ প্ৰতিশোধ লোৱা সময় আহিছে’

কংগ্ৰেছলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ

‘ৰাম আৰু শংকৰদেৱৰ মাজত প্ৰতিযোগিতা নানিব’

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 20 =

Back to top button