Internationalleatest updatenationalpoliticalSocialদৈনিক বাতৰিৰাজনৈতিক
CBIৰ নতুন গোচৰত পুনৰ কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনত জটিলতা

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনত জটিলতা
সৰ্বোচ্চ ন্যায়ালয়ত জামিন আবেদন প্ৰত্যাহাৰ কেজৰিৱালৰ
দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে জনাইছিল আবেদন
ৰাউজ এভিনিউ আদালতৰ জামিনত স্থগিতাদেশ দিছিল উচ্চ ন্যায়ালয়ে
সুৰানীতিৰ কেলেংকাৰীৰ গোচৰত কাৰাবন্দী মুখ্যমন্ত্ৰী কেজৰিৱাল
উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ তথ্য পোৱাৰ পিছত পুনৰ আবেদন জনাব কেজৰিৱালে
উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছতেই CBIৰ জেৰা কেজৰিৱালক
মঙলবাৰে নিশা টিহাৰ কাৰাগাৰত জেৰা কৰে CBIয়ে
বুধবাৰে কেজৰিৱালক CBIয়ে গ্ৰেপ্তাৰ কৰি হাজিৰ কৰায় আদালতত
কেজৰিৱালক ৫ দিনৰ জিম্মাত বিচাৰে CBIয়ে
CBIৰ নতুন গোচৰত পুনৰ কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল