Assamassam policeCrimeleatest update
অসম আৰক্ষীত পুনৰ কঁপনি!
ছুপাৰি মাফিয়াৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ DSP, ASI, OC

অসম আৰক্ষীত পুনৰ কঁপনি!
ছুপাৰি মাফিয়াৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ DSP, ASI, OC
বজালীৰ DSP পুস্কল গগৈক গ্ৰেপ্তাৰ
গ্ৰেপ্তাৰ ভৱানীপুৰৰ ASI দেৱজিৎ গিৰি, শশাংক দাসক
পাটাছাৰকুছি থানাৰ OC অনুপ পাটিৰিকো গ্ৰেপ্তাৰ
গ্ৰেপ্তাৰ SPৰ গাড়ীচালক নবীন আহমেদক
৫ কোটি টকা দাবী কৰাৰ অভিযোগ বজালী আৰক্ষীৰ বিৰুদ্ধে
পুস্কল গগৈয়ে ২ কোটিৰ চেক, ২ লাখ টকা লোৱাৰ অভিযোগ
আৰক্ষীৰ ধন দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ
‘আৰক্ষীয়ে নিজৰ চৰিত্ৰ সলনি কৰিব লাগিব’
‘পূৰ্বৰ দাবী–ধমকিৰ ব্যৱস্থা নচলিব’
‘ভুল কৰিলেই একচন হ’বই’