অভিনয়বলিউডবোলছবিভাৰতমনোৰঞ্জন

বেবী বাম্প লুকত দেৱীৰ দৰে দেখা গ’ল অভিনেত্ৰী সোণম কাপুৰৰক

মাৰ্চত গৰ্ভধাৰণৰ কথা ঘোষণা কৰা মোহময়ী অভিনেত্ৰী সোণম কাপুৰে দেখুৱাইছে নিজৰ ট্ৰেণ্ড

মাৰ্চত গৰ্ভধাৰণৰ কথা ঘোষণা কৰা মোহময়ী অভিনেত্ৰী সোণম কাপুৰে দেখুৱাইছে নিজৰ ট্ৰেণ্ড।

শেহতীয়াকৈ ডিজাইনাৰ আবু জানী আৰু সন্দীপ খোছলাৰ বাবে সোণম কাপুৰে ফটোশ্বুত কৰা দেখা গৈছে। তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত অভিনেত্ৰীগৰাকীক ডিজাইনাৰ কাপোৰ পিন্ধি নিজৰ বেবী বাম্প দেখুৱা ফটো দেখিবলৈ পোৱা গৈছে।

ইফালে, কিছুদিনৰ পূৰ্বেই স্বামী আনন্দ আহুজাৰ সৈতে বেবীমুনৰ পৰা উভতি আহিছে সোণম কাপুৰ। যোৱা সপ্তাহত ইটালীলৈ জেট যাত্ৰা কৰিছিল দম্পতীহালে। চিত্ৰময় স্থানৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ’ও শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button