◾ৰাজ্যত পুনৰ অপৰাধীলৈ গুলীচালনা
◾গোসাঁইগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ
◾ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী
◾আৰক্ষীৰ গুলীত আহত ট্ৰাকচালক মোহনলাল
◾গুলীবিদ্ধ মোহনলালক কোকৰাঝাৰ হাস্পতালত ভৰ্তি
◾সৰবৰাহ কৰিছিল ২০ কোটি টকাৰ হেৰ’ইন, আফিং
◾তেলৰ টেংকীত লুকুৱাই আনিছিল ড্ৰাগ্ছখিনি
◾আৰক্ষীৰ জিম্মাতে ট্ৰাকখন জ্বলাই দিয়ে দুৰ্বৃত্তই
◾ৰহস্যজনকভাৱে শ্ৰীৰামপুৰত জ্বলাই দিয়ে ট্ৰাকখন