AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

লোকসেৱা ভৱনত জিলা আয়ুক্ত সন্মিলন, প্ৰতিখন জিলাৰ আয়ুক্তৰে আলোচনা মুখ্যমন্ত্ৰীৰ….

লোকসেৱা ভৱনত জিলা আয়ুক্ত সন্মিলন

প্ৰতিখন জিলাৰ আয়ুক্তৰে আলোচনা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা

ৰাজ্য চৰকাৰৰ অধীনত বহু কাম চাব আয়ুক্তই

হাইলাকান্দি, কৰিমগঞ্জৰ আয়ুক্তক সীমান্তত সময় দিয়াৰ পৰামৰ্শ

উপ-জিলাসমূহক শীঘ্ৰে প্ৰদান কৰা হ’ব ক্ষমতা

পঞ্চায়তৰ পুনৰ গঠনক লৈ সক্ৰিয় হোৱাৰ আহ্বান

৩১ ডিচেম্বৰৰ আগত শেষ কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন

জিলা পঞ্চায়ত আৰু পঞ্চায়ত পুনৰ গঠনৰ পিছত ব্লকৰ পুনৰ গঠন

জিলাসমূহত চলি থকা চৰকাৰৰ কাম-কাজ উপায়ুক্তই তদাৰক কৰাৰ প্ৰয়োজন

২ অক্টোবৰত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব উপ-জিলাৰ কাম

কামৰূপ জিলাত দুখন উপ-জিলা

অস্থায়ী কাৰ্যালয়ৰ পৰা আৰম্ভ হ’ব কাম-কাজ

শীঘ্ৰেই নিৰ্মাণ হ’ব স্থায়ী কাৰ্যালয়

মঙলবাৰে DCসকলক লোকনিৰ্মাণ বিভাগে দেখুৱাব নক্সা

মহকুমাধিপতিসকলক প্ৰয়োজন হ’লে মাইচৰত এমাহৰ প্ৰশিক্ষণ

স্থায়ী কাৰ্যালয়ৰ স্থানতে হ’ব অস্থায়ী কাৰ্যালয়

১৫ আগষ্টৰ পূৰ্বে সকলো আচৱাব অস্থায়ী কাৰ্যালয়তে ৰাখিব লাগিব

ডিব্ৰুগড়-তিনিচুকীয়াৰ উপায়ুক্তই OIL ইণ্ডিয়া, চাহ বাগানক সময় দিব

চিৰাং, বাক্সা, তামুলপুৰৰ DCএ ভূটানৰ লগত বেছি সময় দিব

সেই স্থানসমূহ পৰ্যটকৰ স্থান

ভূটানলৈ অহা ১০জন পৰ্যটকৰ কমেও দুজনক অসমত ৰখাৰ চেষ্টা কৰিব লাগে

ষ্টেট GDPৰ লগত জিলা GDPৰ ৰিপ’ৰ্ট দাখিল কৰিব লাগিব

পৰৱৰ্তী সময়ত কাৰ্যকৰী হ’ব এই নিয়ম

১২ আগষ্টৰ পূৰ্বে বান সাহায্য দিয়াৰ নিৰ্দেশ

বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা লোকলৈ ১ লাখ ২০ হাজাৰকৈ টকা

অৰুণোদয় প্ৰসংগতো আলোচনা জিলা আয়ুক্তৰ বৈঠকত

অৰুণোদয়ক লৈ সক্ৰিয় দুষ্ট চক্ৰ

বহু একাউণ্টৰ পৰা বহুতে ধন উলিয়াই নিয়ে

জিলাৰ অভিভাৱক মন্ত্ৰীৰ লগত সঘন যোগাযোগৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button