অসমৰাজনৈতিক

অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰিব সুস্মিতা দেৱে

অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰিব সুস্মিতা দেৱে

সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰিলে সুস্মিতা দেৱে। অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰিব তেওঁ। বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰিব সুস্মিতা দেৱে

কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দল ত্যাগৰ বিষয়ে অৱগত কৰি এক পত্ৰ প্ৰেৰণ কৰিছে।

অসমৰ নেত্ৰীগৰাকীয়ে বৰ্তমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক লগ কৰিবলৈ কলকাতাত আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + eighteen =

Back to top button