AssamCMO AssamHimanta Biswa Sarmaleatest updateঅসমদৈনিক বাতৰি
যোৰহাটৰ লাচিত মৈদামত মুখ্যমন্ত্ৰী, লাচিত মৈদামৰ প্ৰতিমূৰ্তিৰ কাম পৰ্যবেক্ষণ
যোৰহাটৰ লাচিত মৈদামত মুখ্যমন্ত্ৰী, লাচিত মৈদামৰ প্ৰতিমূৰ্তিৰ কাম পৰ্যবেক্ষণ

যোৰহাটৰ লাচিত মৈদামত মুখ্যমন্ত্ৰী
লাচিত মৈদামৰ প্ৰতিমূৰ্তিৰ কাম পৰ্যবেক্ষণ
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব লাচিতৰ প্ৰতিমূৰ্তি
মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আহিব প্ৰধানমন্ত্ৰী!
কামৰ অগ্ৰগতিৰ লগতে পৰিস্থিতিৰ বুজ ল’লে CMএ
সৰুপথাৰৰ পোনে পোনে যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী
বিজেপিৰ গাও চ’লো অভিযানত সৰুপথাৰলৈ গৈছিল CM
নিশা সৰুপথাৰৰ ৰজাপুখুৰী শ্যামগাঁৱত কটালে মুখ্যমন্ত্ৰীয়ে
ভাস্কৰ শ্যাম গোহাঁই নামৰ এজনৰ ঘৰত নিশা কটালে মুখ্যমন্ত্ৰীয়ে
আজি শিক্ষাৰ্থীৰে মত-বিনিময় কৰে ডঃ শৰ্মাই
গাঁওবাসীৰেও বিভিন্ন কথা-বতৰা মুখ্যমন্ত্ৰীগৰাকীৰ