হিমাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ
হিমাচল প্ৰদেশৰ কুল্লুত সোমবাৰে পুৱা ডাৱৰ বিস্ফোৰণ
ডাৱৰ বিস্ফোৰণত নিহত এজন, আহত ৩
হিমাচল প্ৰদেশত অব্যাহত আছে প্ৰকৃতিৰ মহাপ্ৰলয়
এতিয়াও নিশ্চিত হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ
উত্তৰাখণ্ডত বিপদ সীমাৰ ওপৰেৰে বৈছে গংগা নদী
দেৱপ্ৰয়াগ আৰু হৃষিকেষত গংগা নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ