অসমউৎসৱখাদ্যজীৱনশৈলী

দীপাৱলীত সুৰা ক্ৰয়ৰে অভিলেখ গঢ়িলে মহানগৰবাসীয়ে

দুদিনতে গুৱাহাটীত বিক্ৰী প্ৰায় ৫ কোটি টকাৰ সুৰা

এইবাৰ দীপাৱলীত আটচবাজী নহয় সুৰা ক্ৰয়ৰে অভিলেখ গঢ়িলে মহানগৰবাসীয়ে৷ মাত্র দুদিনতে গুৱাহাটীত বিক্ৰী প্ৰায় ৫ কোটি টকাৰ সুৰা৷

বৃহস্পতিবাৰৰ আৰু শুকুৰবাৰে মহানগৰীত সুৰা বিক্ৰী হয় ৫ কোটি, ১ লাখ, ৩২ হাজাৰ টকাৰ৷ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তো কিন্তু দীপাৱলীৰ দুটা দিনত অভিলেখ সংখ্যক সুৰা বিক্ৰী হ’ল মহানগৰীৰ সুৰা বিপণীসমূহত।
এইবাৰ দীপাৱলীত আটচবাজী নহয় সুৰা ক্ৰয়ৰে অভিলেখ গঢ়িলে মহানগৰবাসীয়ে৷ মাত্র দুদিনতে গুৱাহাটীত বিক্ৰী হৈছে প্ৰায় ৫ কোটি টকাৰ সুৰা৷ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তো কিন্তু দীপাৱলীৰ দুটা দিনত অভিলেখ সংখ্যক সুৰা বিক্ৰী হ’ল মহানগৰীৰ সুৰা বিপণীসমূহত।

মুঠ ৫৩১ খন সুৰা বিপণীৰ প্ৰত্যেকখনতে দীপাৱালীৰ দুটা দিনত সুৰা বিক্ৰীৰ পৰিমাণ বৃদ্ধি হ’লগৈ ৩০/৪০ %।

উল্লেখ্য যে,  সোমবাৰে ৰাজ্যত বিক্ৰী হয় মুঠ ৫০ কোটিৰো অধিক টকাৰ সুৰা। সুৰাৰ অভাৱত নিৰ্ধাৰিত সময়ৰ পূৰ্বে বন্ধ কৰি দিয়ে বহু দোকান।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button