অসমবিশ্বশিল্পীসংগীত

ডিজিটেল আন্দোলনে গঢ়িছে ইতিহাস

সামাজিক মাধ্যমত কেৱল #JusticeForZubeenGarg

চৌদিশে কেৱল জুবিন গাৰ্গৰ ন্যায় বিচাৰি সৰব জুবিন অনুৰাগী। শান্তিপূৰ্ণভাৱে অহিংসা পথেৰে অনুৰাগীৰ সামাজিক মাধ্যম যোগে আৰম্ভ কৰিছে ডিজিটেল আন্দোলন। এই আন্দোলনে গঢ়িছে ইতিহাস। মিলিয়ন জুবিন অনুৰাগীয়ে সামাজিক মাধ্যমত লিখিছে #JusticeForZubeenGarg

বহুতে নিশ্চয় ভাবি আছে, মিলিয়ন কাউন্ট হ’লেনো ইয়াৰ পাছত কি হ’ব!

মিলিয়নৰ ঘৰ চুলে বিষয়টো top topic হিচাপে গণ্য হ’ব আৰু তাৰ visibility প্রতিটো প্লেটফমত বহুগুণে বাঢ়ি যাব।

ইয়াৰ ফলত ডাঙৰ ডাঙৰ global mainstream মিডিয়া হাউচবোৰে টপিকটোৰ ওপৰত নিউজ বনাবলৈ আগ্রহী হ’ব!

এনে হ’লে system ৰ ওপৰত বিষয়টোৰ সঠিক আৰু নিৰপেক্ষ action ল’বলৈ বৃহৎ পৰিমাণৰ হেঁচা আহিব।

পৰোক্ষ প্রভাৱ = ক্ষমতাত থকা সকলে সর্ব সাধাৰণৰ শক্তিৰ উমান পাব আৰু ভৱিষ্যতলৈ মনত ৰাখিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button