leatest updatenationalSocial
জলসংকটত ৰাজধানী দিল্লী; পানী বিচাৰি হাবাথুৰি খাইছে দিল্লীবাসীয়ে।
জলব’ৰ্ডে যোগান ধৰা পানীয়ে পূৰাব পৰা নাই অভাৱ
![জলসংকটত ৰাজধানী দিল্লী; পানী বিচাৰি হাবাথুৰি খাইছে দিল্লীবাসীয়ে। জলসংকটত ৰাজধানী দিল্লী; পানী বিচাৰি হাবাথুৰি খাইছে দিল্লীবাসীয়ে।](https://prathamkhabartv.com/wp-content/uploads/2024/06/water-780x470.jpg)
দেশৰ ৰাজধানীত তীব্ৰ জলসংকট
পানী বিচাৰি হাবাথুৰি খাইছে দিল্লীবাসীয়ে
ভিন্ন প্ৰান্তত হাতে হাতে বটল লৈ ওলাল ৰাইজ
টেংকাৰৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা চৰকাৰৰ
জলব’ৰ্ডে যোগান ধৰা পানীয়ে পূৰাব পৰা নাই অভাৱ
ৰাজ্যখনত সম্প্ৰতি পানীৰ নাটনিয়ে লৈছে ভয়াৱহ ৰূপ