অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
জুৰীয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ, দৈনিক ২-৩ ঘণ্টাকৈহে বিদ্যুৎ লাভৰ অভিযোগত এই প্ৰতিবাদ
জুৰীয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই প্ৰতিবাদ
বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ অঞ্চলবাসী
দৈনিক ২-৩ ঘণ্টাকৈহে বিদ্যুৎ লাভৰ অভিযোগ
বিদ্যুতৰ সঘন লোডশ্বেডিঙত অসুবিধাৰ সন্মুখীন শিক্ষাৰ্থী
শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদস্থলী